Follow Us:

সৃজনীমূলক সাহিত্য কাক বোলে? | সৃজনীমূলক সাহিত্যত কল্পনাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা | BA 4th Semester Assamese Skill Question Answer | Gauhati University BA Assamese

LearningPointAssam.com

সৃজনীমূলক সাহিত্য কাক বোলে? সৃজনীমূলক সাহিত্যত কল্পনাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা | Gauhati University BA 4th Sem Assamese Model Questions Answer | BA 4th Semester Assamese Skill Question Answer | Gauhati University BA 4th Sem Assamese Questions Answer

Assamese Notes & Guide Available here সৃজনীমূলক সাহিত্য কাক বোলে? ASM-SE-4014 সৃজনীমূলক সাহিত্যত কল্পনাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা Model Solution to each Unit are provided in the list of UG - CBCS Syllabus. We design all notes according to Guwahati University so that you can easily browse through সৃজনীমূলক সাহিত্য — সৃজনীমূলক সাহিত্যত কল্পনাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা BA 4th Sem Assamese Skill Question Answer and University Guides and Notes here. ASM-SE-4014 — সৃজনীমূলক সাহিত্য কাক বোলে? সৃজনীমূলক সাহিত্যত কল্পনাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা Model Question Answer Can be very useful to excel in examinations.

BA 4th Semester Assamese Skill Question Answer

BA Assamese ASM-SE-4014 — সৃজনীমূলক সাহিত্য কাক বোলে? সৃজনীমূলক সাহিত্যত কল্পনাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা BA 4th Sem Assamese Skill Model Notes covers all the practice questions of Guwahati University syllabus. সৃজনীমূলক সাহিত্য — সৃজনীমূলক সাহিত্যত কল্পনাৰ গুৰুত্ব BA 4th Sem Assamese Skill Enhancement Question Answer is given here which ensures smooth and easy understanding of all the concepts.  Understand the concepts behind each unit and score well in board exams.


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — N/A 

সৃজনীমূলক সাহিত্য — ALL Important Question & Answers

GU BA 4th Sem Assamese Skill ASM-SE-4014 Questions & Answer :


CONTENTS 

সৃজনীমূলক সাহিত্য
Model Question and Answer key






প্ৰশ্নাৱলীঃ

সৃজনীমূলক সাহিত্যঃ সৃজনীমূলক সাহিত্যত কল্পনাৰ গুৰুত্ব BA 4th Sem Assamese Skill Question Answer 

তলৰ প্ৰশ্নসমূহ উত্তৰ দিয়াঃ Mark — 5/8

Q. সৃজনীমূলক সাহিত্য কাক বোলে? সৃজনীমূলক সাহিত্যত কল্পনাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা ।

Ans : — সৃজনীমূলক সাহিত্য :- সাহিত্য এক সুকুমাৰ কলা। সাধাৰণতে যি সৃষ্টিকৰ্মত সুন্দৰ আৰু আনন্দ ৰূপ প্ৰকাশ পায়, সেয়াই কলা। শব্দ, ধ্বনি, ৰং, ৰেখা আৰু গতিৰ মাজেৰে কলাই আত্মপ্ৰকাশ কৰে। শব্দত সৃষ্টি হয় সাহিত্য, সেইদৰে ধ্বনিত সংগীত, ৰঙত চিত্ৰ, গতিত ভাস্কৰ্য নতুবা স্থাপত্যৰ প্ৰকাশ ঘটে।

সৃজনীমূলক সাহিত্যত কল্পনাই বিশেষভাৱে প্ৰাধান্য লাভ কৰা দেখা যায় । বাস্তৱৰ অসুন্দৰ বিকৃত ৰূপটোও কল্পনাৰ জৰিয়তে উপভোগ্য ৰূপত প্ৰকাশ কৰিব পাৰি । আমাৰ চাৰিওফালে থকা বা দেখা পৰিবেশক নিজস্ব কল্পনাৰে সজাই ল'লে সি হৈ পৰে সৃজনীমূলক সাহিত্য । কল্পনাৰ সহায়তে ভয়ংকৰ অভিজ্ঞতা এটাকো শব্দৰ মাধ্যমেৰে সকলোৰে মনঃপোত হোৱাকৈ প্ৰকাশ কৰিব পাৰে ।

কল্পনাৰ জৰিয়তে সাধাৰণ নিয়ৰ টোপালো মুকুতা মণি হৈ পৰে । ঐতিহাসিক পটভূমিত এক ৰসাল কাহিনী গঢ় লৈ উঠিব পাৰে ৷

দৰাচলতে এই কল্পনাৰ মূল এক চানেকি , আৰ্হি বা মটিৰ্ফে কাম কৰে ।

   একোটা চানেকি বা আৰ্হিয়ে লেখকৰ মনত কিছুমান কল্পনাৰ সৃষ্টি কৰে আৰু সিয়ে প্ৰকাশৰ উপযুক্ত মাধ্যমেৰে আমাৰ হাতত পৰেহি সৃজনীমূলক সাহিত্য ৰূপে । সেয়েহে প্ৰাচীন পুৰা কথা , মহাকাব্য , ঐতিহাসিক পটভূমি ৰাজনৈতিক পটভূমিত অজস্র কল্পনাৰ ফল স্বৰূপে উপন্যাস , কবিতা গঢ় লৈ উঠে বুলি ক'ব পাৰি ।

কল্পনা শক্তিৰ মাধ্যমেৰে একেখন নীলা আকাশ , সেউজীয়া ধৰণী , বৰষুণ তথা সুখ - দুখ হাঁহি- কান্দোন আদি বোৰে বিভিন্ন প্ৰকাৰে প্ৰকাশ লাভ কৰিছে ।

     কল্পনাৰ শক্তিৰ ফলতে দুৱৰিৰ সৰি থকা শেৱালী কোনোৱা প্ৰেমিকাৰ অশ্ৰুকণা হ'ব পাৰে ।

সেয়েহে কল্পনা বিলাসিতা , মননশীলতা সৃজনীমূলক সাহিত্যৰ অন্যতম আকৰ । কল্পনাৰ প্ৰয়োগেৰে বাস্তৱক যিমান আকর্ষণীয় কৰি তুলিব পাৰি , সিমানেই সৃজনীমূলক সাহিত্য বা লেখাৰ সৌন্দর্য বৃদ্ধি হয় ।



Tags :

  • সৃজনীমূলক সাহিত্য কাক বোলে? সৃজনীমূলক সাহিত্যত কল্পনাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা
  • Gauhati University BA 4th Sem Assamese Model Questions Answer
  • BA 4th Semester Assamese Skill Question Answer
  • সৃজনীমূলক সাহিত্য কাক বোলে ?
  • সৃজনীমূলক সাহিত্যত কল্পনাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা
  • Gauhati University BA 4th Sem Assamese Questions Answer
  • সৃজনীমূলক সাহিত্য বুলিলে কি বুজা বহলাই লিখা
  • সৃষ্টিশীল সাহিত্য কাক বোলে
  • সৃষ্টিশীল লেখাত কল্পনাৰ গুৰুত্ব